অসমৰ ১৪ সমষ্টিত কাৰ, কিমান ভোট

0 106
  • অসমৰ ১৪খন আসনৰ ৪ টাকৈ সমষ্টিৰ ফলাফল আনুষ্ঠানিক ঘোষণা
  • নগাঁৱত ২০ হাজাৰতকৈ অধিক ভোটত জয়ী কংগ্ৰেছৰ প্ৰদ্যুত্ বৰদলৈ
  • কৰিমগঞ্জত ৩৮,৩৮৯ ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ কৃপানাথ মাল্লা
  • যোৰহাটত ৮২,৬৫৩টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ তপন গগৈ
  • ডিব্ৰুগড়ত ৩,৬৪,৫৬৬টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ ৰামেশ্বৰ তেলী
  • আন ১১টা সমষ্টিৰ বৰ্তমানেও আনুষ্ঠানিক ঘোষণা বাকী
  • গুৱাহাটীত ৩,৪৫,১৫৮টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ কুইন ওজা
  • কলিয়াবৰত ২,০৭,০০২টা ভোটৰ ব্যৱধানত জয়ী কংগ্ৰেছৰ গৌৰৱ গগৈ
  • কোকৰাঝাৰত ৩৮,৫৩৩টা ভোটৰ ব্যৱধানত জয়ী নিৰ্দলীয় নৱ কুমাৰ শৰণীয়া
  • লখিমপুৰত ৩,৪৬,৪৬০টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ প্ৰদান বৰুৱা
  • ডিফুত ২,৩৯,৩৮৯টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ হৰেনছিং বে’
  • বৰপেটাত ১,২২,৪১৭টা ভোটৰ ব্যৱধানত জয়ী কংগ্ৰেছৰ আব্দুল খালেক
  • ধুবুৰীত ২,২৬,০১৪টা ভোটৰ ব্যৱধানত জয়ী AIUDFৰ বদৰুদ্দিন আজমল
  • মঙলদৈত ১,৩০,৩৯৯টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ দিলীপ শইকীয়া
  • শিলচৰত ৮১,৫৯৬টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ ৰাজদ্বীপ ৰয়
  • তেজপুৰত ২,৪০,৩৪৫টা ভোটৰ ব্যৱধানত জয়ী বিজেপিৰ পল্লৱলোচন দাস
Comments
Loading...