৩ হাজাৰ কোটি টকাৰে নিৰ্মাণ ‘ষ্টেচু অৱ্ ইউনিটী’

0 37

ডিজিটেল ডেস্কঃ আজি উদ্বোধন হ’ব বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি ‘ষ্টেচু অৱ্ ইউনিটী’। গুজৰাটৰ নৰ্মদা জিলা কেৱডিয়া গাঁৱৰ চৰ্দাৰ সৰোবৰ বান্ধত নিৰ্মাণ কৰা চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৮২ মিটাৰ ওখ প্ৰতিমূৰ্তিটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

প্ৰায় ৩০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ প্ৰতিমূৰ্তিত ব্যৱহাৰ কৰা হৈছে ৫৭০০ মেট্ৰিক টন ষ্ট্ৰীল। লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম দিনৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্ববৃহৎ প্ৰতিমূৰ্তিটো আজি পুৱা ১০ বজাত উদ্বোধন কৰে। 

 উল্লেখযোগ্য যে, চীনত স্থাপন কৰা ১৫৩ মিটাৰ স্প্ৰিং টেম্পল বুদ্ধতকৈ ওখ ষ্টেচু অৱ্ ইউনিটীয়ে বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি হিচাপে বিবেচিত হৈছে। 

Comments
Loading...