অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰত হাজিৰ হ’ল ৪৭ অভিযুক্তক

0 54

ডিজিটেল ডেস্কঃ কেইমাহ মানৰ পূৰ্বে কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা নাৰকীয় হত্যাকাণ্ডৰ শুনানি বৰ্তমানেও আদালতত চলি আছে। দেশ জোকাৰি যোৱা গুৱাহাটীৰ দুই যুৱক নীলোত্পল দাস আৰু অভিজিত্ নাথ হত্যাকাণ্ডৰ গোচৰত আদি আদালতত হাজিৰ কৰোৱা হল ৪৭ জন অভিযুক্ত। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছে গোচৰটোৰ শুনানি।

পূৰ্বে ডিফু আদালতে গ্ৰহণ কৰিছিল হত্যাকাণ্ডৰ গোচৰৰ প্ৰথমটো শুনানি। পৰৱৰ্তী সময়ত ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ হস্তান্তৰ কৰা হৈছিল এই গোচৰ। হত্যাকাণ্ডত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪৮জন অভিযুক্তৰ নাবালক অভিযুক্তজনক ইতিমধ্যে শিশুগৃহলৈ প্ৰেৰণ কৰা হৈছে। ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু

Comments
Loading...