সাৱধান ! ওলাইছে বীমা কেলেংকাৰী

0 79
  • বৰপেটাৰ বীমা কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগত আৰু দুজনক গ্ৰেপ্তাৰ।
  • আৰক্ষীৰ জালত ছফিকুল ইছলাম আৰু গোলাপ হুছেইন।
  • ধৃত গোলাপ হুছেইন ষ্টাৰ ইউনিয়ন ইঞ্চুৰেঞ্চৰ এজেণ্ট।
  • আনজন অভিযুক্ত ছফিকুলে সংগ্ৰহ কৰিছিল সকলোবোৰ ভুৱা নথি।
  • দুয়োজনে মিলি ভেৰালদি গাঁৱৰ মৃত চাবেদ আলীৰ নামত কৰিছিল কেইবাটাও বীমা।

 

  • দুটা বীমাৰ পৰা প্ৰায় ৮ লক্ষাধিক টকা উলিয়াই নিছে নমিনি চাবেদ আলীৰ পত্নী পৰিমালা বেগমৰ নামত।
  • ২০১৫ চনৰ ১০ জুনত মৃত্যু হোৱা চাবেদ আলীৰ পত্নীৰ সৈতে লগ লাগি বীমা কৰিছিল মৃত লোকজনৰ নামত।
  • ২০১৬ চনৰ ৩০ আগষ্টত লোকজনৰ নাম ভুৱা মৃত্যুৰ প্ৰমাণপত্ৰ উলিয়াই দাবী কৰিছিল বীমাৰ ধন।
  • এতিয়ালৈ এই কেলেংকাৰীত জড়িতৰ অভিযোগত দুজন চিকিত্‍সক, গাঁওবুঢ়া, চিকিত্‍সা কৰ্মী, বীমা এজেণ্টসহ ১২জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
Comments
Loading...