আলফা (স্বা)ৰ নামত ধনদাবীঃ ৰঙা ঘৰৰ আলহী যুৱক

0 71
  • আলফা(স্বাঃ)ৰ নামত ধনদাবী কৰি মহানগৰীৰ গড়চুক আৰক্ষীৰ জালত এজন যুৱক।
  • ধৃত যুৱকজনৰ নাম হানুন চাংমা। দৃষ্টি ৰাজখোৱাৰ নামত দাবী কৰিছিল কেইবা লক্ষ টকা।
  • বশিষ্ঠ-গড়চুকৰ ২জন ব্যৱসায়ীৰ পৰা দাবী কৰিছিল ধন।
  • দাবী কৰা ধন নিবলৈ আহি হাতে-লোটে কৰায়ত্ত।
  • ধৃত হানুন চাংমাৰ ঘৰ গোৱালপাৰাৰ খেৰমৰাত।
Comments
Loading...