৬ জনগোষ্ঠীক জনজাতিকৰণ দিলেপৰিস্থিতি বেয়া হ’ব

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সৰৱ হৈ পৰিছে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। বৰ্তমানৰ জনজাতিৰ ওপৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ জাপি দিলে ভয়াৱহ পৰিস্থিতি বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই।  বৰ্তমানৰ…

হিমন্তই জিন্না!

ডিজিটেল ডেস্কঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক 'জিন্না' আখ্যা দি সমালোচনাৰে থকা-সৰকা কৰিলে প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে। আজি ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলত প্ৰাক্তন মন্ত্ৰী বৰদলৈয়ে কয় যে–…

আছুৱে মুখ্যমন্ত্ৰীৰ ‘জাতীয় নায়ক’ উপাধি ঘূৰাই ল’ব লাগে

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্র সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰদান কৰা 'জাতীয় নায়ক' উপাধি ঘূৰাই ল'ব লাগে।- এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। আজি এক সংবাদমেলত কৃষক নেতা অখিল গগৈয়ে মুখ্যমন্ত্ৰী সোনোৱালে দিয়া বক্তব্যক উভতি ধৰি কয় যে,…

মিচিং পৰিষদীয় নিৰ্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰশান্ত বৰি

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ অহা ২১ জানুৱাৰীত অনুষ্ঠিত হ'ব মিচিং, সোনোৱাল কছাৰী আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন। তিনি পৰিষদীয় নিৰ্বাচনৰ দিন চমু  চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে ৰাজনীতিক দলসমূহৰ। ইফালে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ…

ক’লা পতাকাই খেদি ফুৰিছে বিজেপি নেতাক!

ডিজিটেল ডেস্কঃ এইবাৰ ক'লা পতাকাৰ ৰোষত পৰিল বিজেপিৰ সাংসদ প্ৰদান বৰুৱা। আজি তিনিচুকীয়াৰ ফিল’বাৰীত ক’লা পতাকাৰ সন্মুখীন হয় লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা। উল্লেখযোগ্য যে আজি ফিল’বাৰীত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ…

আমাক বিশ্বাস কৰিয়ে জনতাই চৰকাৰ বনাইছেঃ ৰাম মাধৱ

উত্তৰ–পূবৰ প্ৰায় সকলো ৰাজ্যতে আমাৰ চৰকাৰ আছে। আমাক বিশ্বাস কৰিয়ে জনতাই চৰকাৰ বনাইছে। জনতাৰ আশা–বিশ্বাস কেতিয়াও অথলে যাবলৈ নিদিওঁ। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেলত এই মন্তব্য ৰাম মাধৱৰ। অসম, উত্তৰ–পূবৰ জনতাৰ প্ৰতি আমি দায়বদ্ধ বুলি…

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৃষক নেতা অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৃষক নেতা অখিল গগৈৰ সংবাদমেল। হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰি অখিল গগৈয়ে কয় – বিহ নহয়, অমৃতহে পান কৰে হিমন্ত বিশ্ব শৰ্মাই। কটন কলেজত থাকোতে হিমন্ত বিশ্বক কংগ্ৰেছী গুণ্ডা বুলি জানিছিল। কটনত বেয়াৰ…

বিজেপিৰ সভাপতি ৰঞ্জিত দাসক দেখুৱালে ক’লা পতাকা

গোৱালপাৰাৰ বাটে–পথে উৰিল ক’লা পতাকা। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ আগমনৰ পূৰ্বে অলিয়ে–গলিয়ে উৰিল ক’লা পতাকা। আজি বালিজানালৈ যাব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। বালিজানাৰ ফটেহপুৰত অনুষ্ঠিত হ’বলগীয়া ৰাভা হাছং নিৰ্বাচনৰ…

অগপ-বিজেপিৰ মিত্ৰতা ভংগৰ প্ৰসংগক লৈ কি ক’লে ড০ গোহাঁইয়ে?

ডিজিটেল ডেস্কঃ অগপ–বিজেপিৰ মিত্ৰতা ভংগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইয়ে। অগপক এতিয়াও ৰাইজে আশ্বাসত ল’ব পৰা নাই বুলি উল্লেখ কৰি ড০ গোহাঁইয়ে কয় যে, 'অগপই মন্ত্ৰিত্বৰ পৰাহে পদত্যাগ কৰিছে। মিত্ৰতা ভংগ সন্দৰ্ভত…

দিনটোৰ কেইটিমান গুৰুত্বপূৰ্ণ সংবাদঃ পঢ়ক

তেজপুৰৰ কলিয়াভোমোৰা দলঙত ট্ৰাক আৰু তেল পৰিবাহী টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ৷ দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰে টেংকাৰখনৰ সন্মুখভাগ৷ দলঙৰ ৰেলিং ভাঙি ওলমি ৰ’ল টেংকাৰখন৷ দুৰ্ঘটনাত আহত হয় দুয়োখন বাহনৰ চালক। নুমলীগড়ৰ পৰা চাৰিদুৱাৰলৈ পেট্ৰ’ল কঢ়িয়াই…