Browsing Category

Uncategorized

RPFৰ পৰীক্ষাৰ সূচী প্ৰকাশ

ডিজিটেল চাকৰি সংবাদঃ ৰে'লৱে সুৰক্ষা বাহিনীৰ কনিষ্টবল পদত নিয়োজিত কৰিবৰ কাৰণে আহ্বান কৰা পদৰ বাবে পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। ৰে'লৱে সুৰক্ষা বাহিনী আৰু ৰে'লৱে সুৰক্ষা বিশেষ বাহিনীয়ে অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষা অনুষ্ঠিত হব তিনিটা পৰ্যায়ত।…

সহকাৰী শিক্ষকৰ পদ খালী

সমগ্ৰ শিক্ষা অভিযান, অসমে শেহতীয়াকৈ প্ৰকাশ কৰা এক বিজ্ঞাপনযোগে জনাইছে যে বিজ্ঞানত সহকাৰী শিক্ষক পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ আৱশ্যক। মাজুলি জিলাৰ অন্তৰ্গত মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত মাজুলী ছোৱালী আৱাসত নিযুক্তিৰ বাবে মহিলাৰ বাবে সংৰক্ষিত…

অসম চৰকাৰৰ দুটা গুৰুত্বপূৰ্ণ বিভাগত চাকৰি

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয় এই বিভাগৰ পদ পূৰণৰ বাবে ১৭ টা পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে- Library Assistant, Junior Assistant, Junior Assistant (District Level), আৰু Counter Attendant (District Level)।…

অসম আৰক্ষীত খালী হৈ আছে ৪৯০ টা পদঃ আজিয়েই আবেদন কৰক

ডিজিটেল নিয়োগ সংবাদঃ অসম আৰক্ষীত খালী হৈ থকা বৃহত্ সংখ্যক পদ পূৰণৰ দিশে গতি কৰিছে ৰাজ্যৰ গৃহ বিভাগ। শেহতীয়াকৈ প্ৰকাশ কৰা এক বিজ্ঞাপনযোগে অসম আৰক্ষীত ৪৯০ টা পদৰ বাবে আবেদন বিচৰা হৈছে। অসম আৰক্ষীৰ উপ-আৰক্ষী পদৰ বাবে আবেদন কৰিব বিচৰা…

চাবুৱা লাইভৰ বাতৰি প্ৰভাৱঃ সন্ধান পালে ডিকমৰ নিৰুদ্দেশ শিশুৰ

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড় জিলাৰ ডিকম আৰক্ষী চকীৰ অন্তৰ্গত ডিকম চাহ বাগিচাৰ এটি ১০ বছৰীয়া শিশু যোৱা ১৫ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা শিশুটি কালি ৰাতি ডিব্ৰুগড় আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ডিকম চাহ বাগিচা লাইনৰ নিৱাসী সঞ্জু…

হোটেল ৰেডিচন ব্লু’ত মহেন্দ্ৰ সিং ধোনী

হোটেল ৰেডিচন ব্লু'ত উপস্থিত মহেন্দ্ৰ সিং ধোনী৷ ৱেষ্ট ইণ্ডিজৰ খেলুৱৈসকল ৰেডিচন ব্লু'ত উষ্ম আদৰণি জনাই সকলো খেলুৱৈক৷ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে হোটেল ৰেডিছন ব্লুত৷

মিজোৰামলৈ যাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

আজি গুৱাহাটীৰ পৰা মিজোৰামলৈ যাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। মিজোৰামত বিশাল জনসভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। মঙলবাৰে নিশাই গুৱাহাটীত উপস্থিত হোৱা অমিত শ্বাহে আজি পুৱা দৰ্শন কৰিব কামাখ্যা মন্দিৰ। নিশা বিমানবন্দৰত…

গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ।বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰত আহি পোৱাৰ পিছতে অমিত শ্বাহক আদৰণি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল৷ ৰাজ্যিক  বিজেপিৰ সভাপতি ৰঞ্জিত দাস,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও আদৰণি…