Browsing Category

ৰাষ্ট্ৰীয়

অৱশেষত এশ কোটিৰ ক্লাবত প্ৰৱেশ কৰিলে ‘চিম্বা’ই

ডিজিটেল ডেস্কঃ এশ কোটিৰ ক্লাবত এন্ট্ৰি মাৰিলে 'চিম্বা'ই। ৰোহিত ছেট্টিৰ নৱনিৰ্মিত ছবি 'চিম্বা'ই অতি কম সময়ৰ ভিতৰতে এই স্থান পাবলৈ সক্ষম হয়। পৰিচালক ৰোহিত ছেট্টিৰ শেষৰ তিনি খন ছবিয়ে একেৰাহে ১০০ কোটিৰ ক্লাব যোগদান কৰিছে। ২০১৯ ৰ প্ৰথম…

একত্ৰিতকৰণৰ হ’ব তিনিটা বেংক

একত্ৰিকৰণ কৰা হ’ব ৩টা ৰাজহুৱা খণ্ডৰ বেংক। একত্ৰিকৰণ হ’ব বিজয়া বেংক, বেংক অৱ বৰোদা আৰু ডেনা বেংক। এই ৩ ৰাজহুৱা খণ্ডৰ বেংক একত্ৰিকৰণত কেন্দ্ৰীয় কেবিনেটে জনালে অনুমোদন।

শচীন তেণ্ডুলকাৰৰ প্ৰশিক্ষক ৰমাকান্ত আচৰেকাৰৰ মৃত্যু

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ প্ৰশিক্ষক ৰমাকান্ত আচৰেকাৰৰ দেহাৱসান। মুম্বাইস্থিত এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ দ্ৰোণাচাৰ্য বঁটাপ্ৰাপ্ত প্ৰশিক্ষকগৰাকী। আচৰেকাৰ দেশৰ ক্ৰীড়া জগতত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭…

মোডীৰ কেবিনেট বৈঠকত অসম চুক্তি প্ৰসংগত ৰাজনাথ সিং

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে বৈঠকত লোৱা সিদ্ধান্ত সমূহ ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক সংবাদমেলযোগে অসমীয়া আৰু খিলঞ্জীয়াৰ ভাষা-সংস্কৃতি আৰু চৰকাৰী…

আজি মোডীৰ কেবিনেট বৈঠকঃ শীতকালীন অধিৱেশনত বিধেয়ক গৃহীত কৰাৰ পৰিকল্পনা

ডিজিটেল ডেস্কঃ শীতকালীন অধিৱেশনতে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন আৰু গৃহীত কৰাৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে ইয়াৰ মাজতে অসমৰ পৰিস্থিতি মোকাবিলা কৰাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিছে নতুন পৰিকল্পনা। আজি…

ৰাফেল চুক্তিক লৈ সদনত কি ক’লে ৰাহুলে?

ডিজিটেল ডেস্কঃ ৰাফেল চুক্তিক লৈ উত্তপ্ত লোকসভা সদন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিলে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে। ৰাফেল চুক্তিক লৈ পুনৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন তুলি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ক’লে ফ্ৰান্সৰ সৈতে নতুন চুক্তি…

বিতৰ্কৰ মাজতে চবৰীমালা মন্দিৰত প্ৰৱেশ ঘটিল মহিলা

ডিজিটেল ডেস্কঃ চবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ চলি থকা বিতৰ্কৰ মাজতে নৱবৰ্ষৰ দ্বিতীয় দিনা মন্দিৰত প্ৰৱেশ ঘটিল দুগৰাকীকৈ মহিলা। বুধবাৰে পুৱা ৩.৪৫ বজাত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে বিন্দু আৰু কনকদুৰ্গা নামৰ মহিলা দুগৰাকী। আৰক্ষীৰ কটকটীয়া…

‘উপস্থিত ছাৰ নহয়’, এতিয়াৰে পৰা ক’ব লাগিব ‘জয় হিন্দ’

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা বিদ্যালয়ত উপস্থিতি নিশ্চিত কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কব নালাগে 'য়েছ ছাৰ'। নৱবৰ্ষৰ পৰা বিদ্যালয়সমূহত উপস্থিতি লোৱাৰ সময়ত কব লাগিব জয় হিন্দ বা জয় ভাৰত। নৱবৰ্ষৰ পহিলা দিনটোৰ পৰাই আৰম্ভ হৈছে এই নিয়ম। সোমবাৰে…

বক্স অফিচত ১০০ কোটি উপাৰ্জনৰ দিশে “চিম্বা”

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙ আৰু নৱাগতা অভিনেত্ৰী চাৰা আলী খান অভিনীত চিম্বাৰ অভূতপূৰ্ব সফলতা। দৰ্শকে আগ্ৰহেৰে আঁকোৱালি লৈছে চলচ্চিত্ৰখন।প্ৰথম সপ্তাহতে বক্স অফিচত উপাৰ্জন কৰে ৭৫.১১ কোটি টকা। একচন থ্ৰিলাৰ চলচ্চিত্ৰ খনে…

নতুন বছৰত মোডীৰ সংকল্প!

ডিজিটেল ডেস্কঃ নতুন বছৰৰ পহিলা জানুৱাৰীৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰিছে সংকল্প। নতুন উদ্যম, সম্ভাৱনাৰে লোকসভা নিৰ্বাচনত প্ৰতদ্বন্ধিতা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। চলিত বৰ্ষত লোকসভা নিৰ্বাচনৰ পূৰ্বে এমাহত ২০ খন ৰাজ্যৰ ১০০খন…