আজি পুনৰ বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য

0 119

ডিজিটেল ৰিপৰ্টঃ আজিও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৫.৮৮ টকা। ১৯ পইচাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম। প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ২৯ পইচাকৈ। গুৱাহাটীত আজি প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৮.০৫ টকা।

আনহাতে শিলচৰত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৫.৯৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৮.০৮ টকা। গোলাঘাটত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৫.৯৮ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৮.১৪ টকা। কোকৰাঝাৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৫.৯৯ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৭.১৫ টকা।

ইফালে লখিমপুৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৭.৩৭ টকা আৰু ডিজেলৰ দাম ৭৯.৪০ টকা। ঢকুৱাখনাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৯.১৭ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৮০.৮৬ টকা।

Comments
Loading...