অগপ-বিজেপিয়ে পৃথকে পৃথকে খেলিব পঞ্চায়ত নিৰ্বাচন

0 152
  • পৃথকে পৃথকে পঞ্চায়ত নিৰ্বাচন খেলিব বিজেপি-অগপই।
  • দুয়োটা দলৰ জিলা সমিতিসমূহে নিবিচাৰে মিত্ৰতা।
  • নিশা চূড়ান্ত হ’ব বিজেপিৰ প্ৰাৰ্থী তালিকা।
  • এই মন্তব্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ।
  • গণ শক্তিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলিব বিজেপিয়ে।
  • বিজেপিৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব গণশক্তিৰ প্ৰাৰ্থী।
  • বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ দৰেই ফলাফল লাভ কৰিব বিজেপিয়ে।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগই নিৰ্বাচনত প্ৰভাৱ নেপেলায় বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।‍
Comments
Loading...