ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত বলিউদৰ অভিনেতা ছলমান খান

0 338
  • এদিনীয়া কাৰ্য্যসূচীৰে অসম-অৰুণাচলত উপস্থিত বলিউদৰ জনপ্ৰিয় অভিনেতা ছলমান খান।
  • মেছুকা মহোত্সৱত অংশ লব বলিউদৰ অভিনেতাগৰাকী।
  • কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজেজুৰ অনুৰোধত মেছুকা মহোত্সৱত অংশ লব জনপ্ৰিয় অভিনেতাগৰাকী।
  • পঞ্জাৱৰ পৰা বিশেষ বিমানেৰে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত উপস্থিত ছলমান।
  • বিমান বন্দৰৰ পৰা বিশেষ হেলিকপ্তাৰেৰে ৰাওনা অৰুণাচল মেছুকালৈ।
Comments
Loading...