মহাকাশলৈ প্ৰক্ষেপ কৰিব PSLV-C 43 ৰকেট

0 54
  • আজি ISRO-এ মহাকাশলৈ প্ৰক্ষেপ কৰিব PSLV-C 43 ৰকেট।
  • পৃথিৱীক নিৰীক্ষণ কৰিবলগীয়া ভাৰতীয় উপগ্ৰহ HysISৰ লগতে আন ৩০টা উপগ্ৰহ কঢ়িয়াই নিব PSLV-C 43-এ।
  • ইয়াৰ ভিতৰত ২৩টা উপগ্ৰহ আমেৰিকাৰ।
  • পুৱা ৯.৫৮ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰক্ষেপণ কৰা হ’ব PSLV-C 43 ৰকেট।‍
Comments
Loading...