আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব আৰু নাই

0 241
  • আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ বুশ্বৰ মৃত্যু হৈছে।
  • শুকুৰবাৰৰ নিশা ৯৪ বছৰ বয়সত ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
  • আমেৰিকাৰ ৪১ সংখ্যক ৰাষ্ট্ৰপতি আছিল জৰ্জ এইচ ডব্লিউ বুশ্ব।
  • ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে ১৯৮১চনৰ পৰা ১৯৮৯চনলৈ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিও আছিল বুশ্ব।
Comments
Loading...