বিধায়ক নৰেন সোণোৱালৰ সমষ্টিত বিজেপিৰ উত্থান

0 188
  • অগপৰ দখলত থকা নাহৰকটীয়াত বিজেপিৰ উত্থান।
  • জয়পুৰ পঞ্চায়তৰ ৯টা ৱাৰ্ডত জয়ী বিজেপি।
  • অগপই লাভ নকৰিলে এখনো আসন।
  • সভাপতি পদত জয়ী বিজেপিৰ কৰৱী গগৈ কলিতা।
  • আঞ্চলিক সদস্য পদত জয়ী বিজেপিৰ ভদ্ৰেশ্বৰ গগৈ।
  • জালুকবাৰী সমষ্টিৰ বংশৰ গাঁও পঞ্চায়তৰ ফলাফল।
  • পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য পদত জয়ী বিজেপি।
  • ৮টা ৱাৰ্ড মেম্বাৰ পদত জয়ী বিজেপিৰ প্ৰাৰ্থী।
  • সৰভোগ সমষ্টিৰ গোৱৰ্ধনা পঞ্চায়তৰ ফলাফল।
  • ৱাৰ্ড মেম্বাৰৰ ৪টা পদত জয়ী বিজেপি।
  • ৬টা পদত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী।
Comments
Loading...