মিষ্টাৰ এণ্ড মিছ এছিয়া ছুপাৰ মডেল উইনিভাৰ্ছত উজ্বলিল অসম জীয়ৰি

0 187

ডিজিটেল ডেস্কঃ মিষ্টাৰ এণ্ড মিছ এছিয়া ছুপাৰ মডেল উইনিভাৰ্ছত অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অসম কন্যাই। সুদূৰ ফিলিপাইনছত অনুষ্ঠিত হোৱা মিষ্টাৰ এণ্ড মিছ এছিয়া ছুপাৰ মডেল উইনিভাৰ্ছত ছেকেণ্ড ৰানাৰ্ছআপ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ লাকুৱাৰ চাইনা ৰাজকুমাৰীয়ে।

যোৱা ৮ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত বিশ্বৰ ২০খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। আনহাতে ইয়াৰ ভিতৰত একমাত্ৰ প্ৰতিযোগী আছিল অসমৰ চাইনা ৰাজকুমাৰী।

Comments
Loading...