অযোধ্যাত ৰাম মন্দিৰ হবনে? আজি কৰিব নিৰ্ণয়!

0 39

ডিজিটেল ডেস্কঃ অযোধ্যাত ৰামমন্দিৰ আৰু বাবৰি মছজিদ নিৰ্মাণক লৈ চলি থকা বিবাদৰ প্ৰসংগত আজি উচ্চতম ন্যায়ালয়ত শুনানিৰ সম্ভাৱনা আছে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ বিচাৰপীঠত শুনানিৰ হোৱাৰ সম্ভাৱনা।

আজিৰ শুনানিত ন্যায়ালয়ে নতুন বিচাৰপীঠ গঠন কৰাৰো সম্ভাৱনা আছে। শীঘ্ৰে আৰু প্ৰতিদিনে শুনানিৰ দাবীত দাখিল হোৱা আবেদনৰ ওপৰতো হ’ব পাৰে শুনানি। লগতে জনস্বাৰ্থজড়িত আৱেদনৰ ওপৰতো সৰ্বোচ্চ ন্যায়ালয়ত শুনানিৰ সম্ভাৱনা আছে। পূৰ্বৰ শুনানিত ন্যায়ালয়ে জানুৱাৰী মাহলৈ স্থগিত ৰাখিছিল শুনানিৰ দিন।

Comments
Loading...