বিৰোধী ৰাষ্ট্ৰীয় দলসমূহলৈ এ আই ইউ ডি এফে কিয় প্ৰেৰণ কৰিছে পত্ৰ

0 76
  • দেশৰ কেইবাটাও বিৰোধী ৰাষ্ট্ৰীয় দললৈ এ আই ইউ ডি এফৰ পত্ৰ।
  • সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ আহ্বান জনাই প্ৰেৰণ কৰিছে পত্ৰ।
  • TDP, TMC, TRS, BJD, NCC, SP, RJD, JDU আৰু BSPলৈ পত্ৰ বদৰুদ্দিন আজমলৰ।
  • বিধেয়খন গৃহীত হ’লে অসম সুৰক্ষিত হৈ নাথাকিব বুলি পত্ৰত উল্লেখ।
  • ৮ জানুৱাৰীৰ আছুৰ অসম বন্ধলৈ নৈতিক সমৰ্থন এ আই ইউ ডি এফৰ।
Comments
Loading...