লক-আপত আত্মহত্যা দুধৰ্ষ চোৰাং চিকাৰী

0 130
  • বিশ্বনাথৰ বন্যপ্ৰাণী সংৰক্ষণ সংমণ্ডলৰ কাৰ্যালয়ৰ লক–আপত আত্মহত্যা দুধৰ্ষ চোৰাংচিকাৰী মিৰ্জাদ আলীৰ।
  • ২২ ডিচেম্বৰত তেজপুৰ আৰক্ষীয়ে বন্দুকসহ গ্ৰেপ্তাৰ কৰিছিল চোৰাংচিকাৰী মিৰ্জাদক।
  • দেওবাৰে মিৰ্জাদক আৰক্ষীৰ পৰা ৭ দিনৰ বাবে জিম্মাত লৈছিল বন বিভাগে।
  • আজি পুৱা লক–আপৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰে চোৰাংচিকাৰীটোৱে।
  • ২০টাতকৈও অধিক গঁড় হত্যাৰ লগত জড়িত মিৰ্জাদ আলীক সোধা–পোছাৰ বাবে অপৰাধ অনুসন্ধান ৰেঞ্জে জিম্মাত লৈছিল।
Comments
Loading...