সোণাৰীত তপন গগৈৰ বাসগৃহ ঘেৰাও

0 242

ডিজিটেল ডেস্কঃ চৰাইদেউ সোণাৰিত বন্ধৰ মাজতে ৭০ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ কৰ্মীৰ মন্ত্রী তপন গগৈৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আটাছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আটছাকে আদি বহুকেইটা সংগঠনে সোণাৰিৰ বিমলাপুৰস্থিত তপন গগৈৰ বাসগৃহৰ সন্মুখত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ।
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰা তপন গগৈৰ বাসগৃহৰ সন্মুখত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে।

Comments
Loading...