ডিব্ৰুগড়ত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা

0 191
  • ডিব্ৰুগড়ত বন্ধ সমৰ্থকক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ শূন্যলৈ গুলীচালনা।
  • কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে বন্ধ সমৰ্থকৰ ওপৰত লাঠিচালনাও কৰে আৰক্ষীয়ে।
  • জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আহ্বান জনোৱা বন্ধত উত্তপ্ত ডিব্ৰুগড়।
  • প্ৰতিবাদস্থলীয় মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী।
Comments
Loading...