মোহনবাৰীত কেনেকৈ বন্ধৰ সমৰ্থকে ভাঙিছে বাহনঃ চাওক Uncut ভিডিঅ’

0 417

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি নেছ’ই আহ্বান জনোৱা ১১ ঘন্টীয়া উত্তৰ-পূূ্ৰ্বাঞ্চল বন্ধ সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ অসমতো এই বন্ধৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন৷ যান-বাহন চলাচলৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে বন্ধ সমৰ্থকে৷ 

আজি ডিব্ৰুগড় জিলাত এই বন্ধৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন৷ চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহো বন্ধ হৈ থকা পৰিলক্ষিত হৈছে৷ আজি জিলাখনৰ মোহনবাৰী অঞ্চলত কেইবাখনো বাহন ভাঙিলে বন্ধৰ সমৰ্থকে৷ যান-বাহন চলাচলৰ ক্ষেত্ৰত আছুৰ অনুমতি পোৱাৰ পিছতো বন্ধ সমৰ্থকে লণ্ড ভণ্ড কৰে এখন বাহন৷ চাওক এই ভিডিঅ’

ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে..  

Comments
Loading...