গুৱাহাটীত বলিউদৰ অভিনেতা নাছিৰুদ্দিন শ্বাহ

0 116
  • বৰঝাৰ বিমানবন্দৰত উপস্থিত বলীউদৰ জনপ্ৰিয় অভিনেতা নাছিৰুদ্দিন শ্বাহ।
  • অসম বন্ধৰ প্ৰভাৱত বৰঝাৰ বিমানবন্দৰত প্ৰায় দুঘণ্টা সময় ৰৈ থাকিবলগীয়া হয় অভিনেতাগৰাকী।
  • বৰঝাৰ বিমানবন্দৰৰ পৰা তেজপুৰলৈ ৰাওনা হয় অভিনেতা নাছিৰুদ্দিন শ্বাহ।
  • এক বিশেষ কাৰ্যসূচী হাতত লৈ তেজপুৰলৈ আহিছে অভিনেতাগৰাকী।
Comments
Loading...