গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক

0 174
  • অৱশেষত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • বহু বিতৰ্ক আৰু প্ৰতিবাদকো আওকান কৰি মোডীৰ কেবিনেটে অনুমোদন জনোৱাৰ পিছতে আজি লোকসভাৰ সদনত গৃহীত কৰে বিধেয়কখন।
  • গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বিতৰ্কৰ অন্তত অধ্যক্ষই ঘোষণা কৰে বিধেয়ক গৃহীত হোৱাৰ কথা।
Comments
Loading...