চাবুৱা হাতীআলীত স্থানীয় ৰাইজৰ ৰে’ল অৱৰোধ

0 385

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সন্ধিয়া চাবুৱাৰ হাতীআলীত ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। ক্ষোভিত স্থানীয় ৰাইজে চাবুৱাৰ হাতীআলিত ৰে’ল পথ অৱৰোধ কৰি জাতিধ্বংসী বিধেয়কখন অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে।

স্থানীয় ৰাইজৰ ৰে’ল অৱৰোধ কাৰ্যসূচীৰ ফলত কামৰূপ এক্সপ্ৰেছ নামৰ ৰে’লখন আৱদ্ধ হৈ পৰে। আজি সন্ধিয়া প্ৰায় ৮ বজাত গ্ৰহণ কৰে ৰে’ল অৱৰোধ কাৰ্যসূচী।

Comments
Loading...