বিধেয়কৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে বৰ্জন কৰিলে শ্ৰেণী

0 408

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে এইবাৰ প্ৰতিবাদত নামিল ছাত্র-ছাত্ৰীয়েও। জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতাৰে বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীয়ে শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী ঘোষণা কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই। মঙলবাৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভায়ো বিধেয়কখনৰ বিৰোধিতা কৰি অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন কাৰ্যসূচী ঘোষণা কৰিছিল।

Comments
Loading...