ৰাজ্যসভাত উত্থাপন হ’ব জাতিধ্বংসী

0 127
  • আজি ৰাজ্যসভাত উত্থাপন হ’ব ‘সংবিধান (১২৪নং সংশোধনী) ২০১৯’ বিধেয়ক। 
  • উচ্চ বৰ্গৰ আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে ১০ শতাংশ সংৰক্ষণ সম্বন্ধীয় এই বিধেয়কখন মঙলবাৰে ৩২৩ ভোটেৰে গৃহীত হয়।
  •  বিধেয়কখনৰ বিপক্ষে পৰিল মাত্ৰ তিনিটা ভোট। 
  • ইফালে, লোকসভাত বিধেয়কখন সমৰ্থন কৰা সকলো সাংসদক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
  •  সংৰক্ষণ বিধেয়ক গৃহীত হোৱাটো ঐতিহাসিক ক্ষণ বুলি মন্তব্য মোদীৰ।
Comments
Loading...