দুলীয়াজানত টায়াৰ জ্বলাই প্ৰতিবাদ

0 171
  • প্ৰতিবাদত উত্তাল তৈলনগৰী দুলীয়াজান। 
  • কেন্দ্ৰীয় চৰকাৰে অইল ইণ্ডিয়াৰ জৰাজান আৰু টেঙাখাত তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অইল এণ্ড গ্ৰেছ এমপ্লইজ ইউনিয়ন অস্থায়ী শ্ৰমিক সন্থা আৰু মটৰ চালক সন্থাকে ধৰি কেইবাটাও সংগঠনৰ। 
  • ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত। প্ৰতিবাদৰ ফলত স্তব্ধ অইলৰ সকলো কাম–কাজ।
Comments
Loading...