জঘন্য কাণ্ডঃ ৬ বছৰীয়া শিশুক হত্যা

0 113
  • মহানগৰীৰ চচলৰ মণিমুগ্ধ নগৰত জঘন্য ঘটনা।
  • ৬ বছৰীয়া শিশুক অপহৰণ কৰি নি বলাত্‍কাৰৰ চেষ্টা এটা লম্পটৰ।
  • স্থানীয় ৰাইজে হাতে–লোটে কৰায়ত্ত কৰি ৰাজীৱ আলী নামৰ লম্পটটোক উত্তম–মধ্যম শোধাই গতালে আৰক্ষীক।
  • ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰিলে ৰাজীৱ আলী।
Comments
Loading...