ভংগ কৰিলে কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ অনশন

0 72
  • কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ অনশন ভংগ। 
  • ৰাজ্যসভাত বিধেয়কখন গৃহীত নোহোৱাৰ পিছতে অনশন ভংগৰ সিদ্ধান্ত। 
  • বুধবাৰে পুৱা ৯ বজাৰ পৰা অনিৰ্দিষ্টকালীন অনশনত বহিছিল কটনিয়ানসকল। 
  • ১০ বজাত দীঘলীপুখুৰীপাৰত একত্ৰিত হ’ব গুৱাহাটীৰ আগশাৰীৰ মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকল।
  • সকলো শিক্ষাৰ্থী একত্ৰিত হৈ গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী।
Comments
Loading...