আছুলৈ ১ কোটি টকা আইনী জাননী

0 368
  • আছুৰ বিৰুদ্ধে পুনৰ সৰৱ বিজেপি বিধায়ক মৃণাল শইকীয়া।
  • আছুলৈ আইনী জাননী বিধায়ক শইকীয়াৰ অধিবক্তাৰ।
  • আছুক ১ কোটি টকা ক্ষতিপূৰণৰ দাবীৰে জাননী প্ৰেৰণ।
  • এসপ্তাহৰ ভিতৰত ক্ষতিপূৰণ নিদিলে আদালতৰ দ্বাৰস্থ হ’ব খুমটাইৰ বিধায়কজন।
  • আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ আৰু সভাপতি দীপাংক নাথলৈ আইনী জাননী।
Comments
Loading...