হীৰেন গোহাইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

0 103
  • বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ।
  • লতাশিল থানাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
  • অখিল গগৈ, মনজিৎ মহন্তৰ বিৰুদ্ধেও গোচৰ আৰক্ষীৰ।
  • সভাত স্বাধীন অসমৰ প্ৰসংগক সমৰ্থন কৰিছিল ড০ গোহাঁয়ে।
  • অখিল গগৈয়ে প্ৰথমে স্বাধীন অসমৰ দাবী উত্থাপন কৰাৰ অভিযোগ।
  • ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/২১২/১২৩/১২৪(A) ধাৰাৰ অধীনত গোচৰ ৰুজু।
Comments
Loading...