অসম আৰক্ষীত ব্যাপক ৰদবদল-পদোন্নতি

0 132
  • অসম আৰক্ষীত ব্যাপক ৰদবদল-পদোন্নতি। উপ-অধীক্ষকৰ পৰা অতিৰিক্ত অধীক্ষক পদলৈ পদোন্নতি দিয়া হৈছে ৩জনক।
  • বৰুণ পুৰকায়স্থক হাইলাকান্দিলৈ আৰু মায়াংক কুমাৰক ওদালগুৰিলৈ বদলিসহ DSPৰ পৰা পদোন্নতি দিয়া হৈছে অতিৰিক্ত অধীক্ষক পদলৈ।
  • হাইলাকান্দিৰ অতিৰিক্ত অধীক্ষক জগদীশ দাসক কাছাৰলৈ বদলি। ছুৱেটাং মিশ্ৰক অতিৰিক্ত অধীক্ষক পদলৈ পদোন্নতিসহ ধেমাজিলৈ বদলি। সুমিত শৰ্মাক অতিৰিক্ত অধীক্ষক পদলৈ
  • পদোন্নতিসহ নলবাৰীলৈ বদলি, অতিৰিক্ত অধীক্ষক জ্যোতিৰঞ্জন নাথক মৰিগাঁৱলৈ, অতিৰিক্ত অধীক্ষক মানৱেন্দ্ৰ গগৈক ডিমা হাছাওলৈ, DSP পদ্মনাভ বৰুৱাক মাংবাঙৰ SDPO
  • পদলৈ আৰু অতিৰিক্ত অধীক্ষক শুভ্ৰজিত বৰাক তিতাবৰৰ SDPO পদলৈ বদলি।DSP লুণা সোণোৱালক 3rd APBnলৈ বদলি, DSP কংকনজ্যোতি নাথক ৰঙিয়াৰ SDPO পদলৈ,
  • DSP নিৰ্মল ঘোষক ভেৰগাঁৱৰ SDPO পদলৈ, DSP পি কে পেগুক বোকাজানৰ SDPO পদলৈ, DSP এম এল মীনাক ঢকুৱাখনাৰ SDPO পদলৈ, DSP চেনীৰাম শইকীয়াক 25th
  • APBnলৈ, DSP বিৰিঞ্চি বৰাক বজালীৰ SDPO পদলৈ আৰু 3rd APBnলৈ বদলি কৰা হৈছে DSP তিলেশ্বৰ শইকীয়াক।
Comments
Loading...