এন বি টিৰ অধ্যক্ষ ৰীতা চৌধুৰীৰ পদত্যাগ

0 110
  • এন বি টিৰ সঞ্চালক পদ ত্যাগ কৰিলে ৰীতা চৌধুৰীয়ে।
  • এন বি টিৰ সঞ্চালক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী ৰীতা চৌধুৰীয়ে বৰ্তমানলৈকৈ স্পষ্ট কৰা নাই পদত্যাগ কৰাৰ কাৰণ।
  • উল্লেখ্য যে ৰীতা চৌধুৰী এন বি টিৰ পদত থকাক লৈ ছচিয়েল মিডিয়াত হৈছিল বিৰ্তক।
  • বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰ্চা হৈছিল ছচিয়েল মিডিয়াত।
Comments
Loading...