গোলাঘাটত নৃশংস হত্যাকাণ্ড

0 141
  • গোলাঘাটৰ খুমটাইৰ গৰীয়াজান চাহ বাগিচাত নৃশংস হত্যাকাণ্ড। 
  • এগৰাকী মহিলাক হত্যা কৰি বস্তাৰে মেৰিয়াই পেলাই দিলে শৌচালয়ৰ গাঁতত। 
  • পৰকীয়া প্ৰেমৰ পৰণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। 
  • ৩১ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল ৩ সন্তানৰ মাতৃগৰাকী। 
  • ওচৰৰে বুবু তাঁতী ওৰফে মুগু নামৰ লোকজনৰ সৈতে মহিলাগৰাকীৰ অবৈধ সম্পৰ্ক আছিল বুলি অভিযোগ স্থানীয় লোকৰ। 
  • মৃতদেহ উদ্ধাৰৰ পিছতে স্থানীয় লোকে বুবু তাঁতীক উত্তম–মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। 
  • মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ লগতে জ্বলাই দিয়াৰ সন্দেহ।
Comments
Loading...