শোণিতপুৰত নিশা দূৰ্ঘটনাত নিহত এজন

0 84
  • শোণিতপুৰৰ বালিপৰাৰ দিঘলীত নিশা দুৰ্ঘটনাত নিহত এজন।
  •  নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল এখন দ্ৰুতবেগী মেক্সিম’ গাড়ী। 
  • আন ৯জন লোক আহত হয় এই দুৰ্ঘটনাত। 
  • নিহত লোকজনৰ নাম আলিউছ কেৰকেটা। 
  • আহত আটাইকে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। 
  • বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত আছাৰ গণ সমাৱেশৰ পৰা ৰঙাপৰালৈ উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হয় বাহনখন।
Comments
Loading...