অসম বন্ধ সৰ্বাত্মক প্ৰভাৱ

0 88
  • জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ সৰ্বাত্মক প্ৰভাৱ পৰিছে।
  • ছয় জনগোষ্ঠীক জনজাতিকৰণ বিৰোধিতেৰে সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনাইছে অসম বন্ধ। 
  • ৰাজ্যৰ ঠায়ে ঠায়ে বন্ধৰ সমৰ্থকসকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ।
  • ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে যান-বাহন চলাচল বন্ধ।
  • বন্ধৰ ফলত স্তব্ধ ৰাজ্যৰ জনজীৱন। 
Comments
Loading...