হীৰেন গোহাঁইলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ

0 89
  • দেশদ্ৰোহিতাৰ গোচৰত হীৰেন গোহাঁইলৈ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ অন্তৰ্ৱৰ্তীকালীন জামিন।
  • ২২ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য ন্যায়ালয়ৰ।
  • লগতে অখিল গগৈয়েও অন্তৰ্ৱৰ্তীকালীন জামিন পোৱাৰ বিপৰীতে পূৰ্ণাংগ জামিন পালে মনজিত মহন্তই।
  • বৃহস্পতিবাৰে লতাশিল আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছিল দেশদ্ৰোহিতাৰ গোচৰ।
Comments
Loading...