২০ হাজাৰ নিবনুৱালৈ চৰকাৰী চাকৰি!

0 122
  • আজি ছিকিম চৰকাৰে প্ৰদান কৰিব ২০ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ।
  • পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত ‘ৰোজগাৰ মেলা’ত ৰাজ্যখনৰ ২০ হাজাৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব চৰকাৰী চাকৰি।
  • ‘এটা পৰিয়াল এটা চাকৰি’ আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী পৱন চামলিঙে চৰকাৰী চাকৰি নথকা পৰিয়ালৰ সদস্যক প্ৰদান কৰিব নিযুক্তি পত্ৰ।
Comments
Loading...