দিছপুৰ থানাত আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা

0 111
  • দিছপুৰ থানাত হাজিৰ আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা। 
  • বিজেপিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত আলোচনাপন্থী আলফা জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তলব কৰিছিল আলফা নেতা দুজনক। 
  • ঘটনাত আলফা জড়িত থকাৰ কথা অস্বীকাৰ অনুপ চেতিয়াৰ। 
  • এই ঘটনাক চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা। 
  • প্ৰদীপ দত্ত ৰয়কো মুখ চম্ভালি কথা ক’বলৈ সকীয়নি অনুপ চেতিয়াৰ। 
  • আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলন মষিমূৰ কৰাৰ বাবেই জনজাতিকৰণৰ বিধেয়ক অনা বুলি মন্তব্য চেতিয়াৰ।
Comments
Loading...