অসমীয়া ভাষাক অশ্লীল মন্তব্য কৰি ৰাইজৰ ৰোষত বিজেপি নেতা

0 205
  • ডিগবৈত ৰাইজৰ ৰোষত বিজেপি নেতা।
  • বিজেপি নেতা তেজা দে’ক আবদ্ধ কৰিলে ৰাইজে।
  • অসমীয়া ভাষাক লৈ অশ্লীল মন্তব্য কৰিছিল তেজাই।
  • টিংৰাই গাঁও পঞ্চায়তৰ সদস্য তেজা দে’।
  • ছ’চিয়েল মিডিয়াত তেজাই কৰিছিল অসমীয়াক অপমান।
  • তেজা দে’ক কঠোৰ শাস্তিৰ দাবী ৰাইজৰ।
  • বিধায়ক সুৰেণ ফুকনৰ অতিকে ঘনিষ্ঠ তেজা।
  • তেজাক বিজেপিৰ পৰা বহিস্কাৰৰ দাবী।
Comments
Loading...