দেৱব্ৰত শইকীয়াৰ বাহন দূৰ্ঘটনাগ্ৰস্থ

0 40
  • কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
  • শইকীয়াৰ দেহৰক্ষী বাহনো পতিত হ’ল দুৰ্ঘটনাত।
  • গোলাঘাটৰ কমাৰগাঁৱৰ বছাপথাৰত দুয়োখন বাহন দুৰ্ঘটনাগ্ৰস্ত।
  • দুয়োখন বাহনত পিছফালৰ পৰা খুন্দিয়ালে ডাম্পাৰে।
  • আৰক্ষীয়ে জব্দ কৰিলে ডাম্পাৰখন।
Comments
Loading...