বিহুৰ মাজতে হাইলাকান্দিত চাঞ্চল্যকৰ ঘটনা

0 104
  • বিহুৰ আনন্দ উল্লাসৰ মাজতে হাইলাকান্দিত চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • প্ৰেমিকৰ চুৰিকাঘাতত প্ৰাণ গ’ল এগৰাকী যুৱতীৰ।
  • প্ৰেয়সীক হত্যা কৰি আত্মহত্যাৰ চেষ্টা মহম্মদ আলী নামৰ যুৱকজনৰ। হাইলাকান্দিৰ তলিৰ বাউৱাৰঘাটত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা।
  • আন যুৱকৰ সৈতে ৩০জানুৱাৰীত বিয়া ঠিক হৈছিল যুৱতীগৰাকীৰ।
  • তাৰ পাছতে প্ৰেমিকাক পলুৱাই নিবলৈ আহি আজি পুৱাই যুৱকজনে সংঘটিত কৰে এই নৃশংস হত্যাকাণ্ড।
  • প্ৰেয়সীক হত্যা কৰি আত্মহত্যাৰ চেষ্টা কৰা যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালত।
  • সম্প্ৰতি ঘটনা সন্দৰ্ভত শিলচৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Comments
Loading...