দ্বিতীয়বাৰলৈ শংকৰ সংঘৰ সম্পাদকৰ পদত…….

0 97
  • শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক ৰূপে নিৰ্বাচিত বাবুল বৰা৷
  • দ্বিতীয়বাৰৰ বাবে প্ৰধান সম্পাদক ৰূপে আজি নিৰ্বাচিত বাবুল বৰা৷
  • সংঘৰ প্ৰতিনিধি সভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হল বৰা৷
  • থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো অপাৰেটিভ চছাইটি লিমিটেডৰ সভাপতি হিচাপে নিৰ্বাচিত হয় হৰেন্দ্ৰ নাথ বৰা৷
  • মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ৮৮সংখ্যক অধিৱেশনৰ আজি অন্ত পৰিব।
Comments
Loading...