টেঙাখাটৰ ৰাজপথত প্ৰতিবাদ। ভিডিঅ’ চাওক

0 149

ডিজিটেল ৰিপ’ৰ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনৰ দিনাই আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ জিলাখনত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৱে ক’লা পতাকা প্ৰদৰ্শনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

ইপিনে ডিব্ৰুগড়ৰ টেঙাখাতটো সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজপথত অৱৰোধ কৰি ক’লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ কৰে। সৱিশেষ ভিডিঅ’ চাওক…

Comments
Loading...