চাবুৱাত আছুৰ প্ৰতিবাদঃ চাওক ভিডিঅ’

0 242

ডিজিটেল ৰিপ’ৰ্টঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে আজি চাবুৱাতো সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত আজি চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আছুৰ নেতৃত্বই আজি সন্ধিয়া ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই বিজেপি নেতৃত্বাধনী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

Comments
Loading...