আজি সৰস্বতী পূজা

0 116

ডিজিটেল ৰিপৰ্টঃ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। সৰস্বতী পূজা উপলক্ষে প্ৰতিখন শিক্ষানুষ্ঠানত উখল-মখল পৰিবেশে বিৰাজ কৰিছে। বাগদেৱীৰ আৰাধনা আৰু আশীস ল’বলৈ প্ৰতিখন শিক্ষানুষ্ঠানত ভিৰ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। হংসবাহিনীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে প্ৰতিখন শিক্ষানুষ্ঠান।

ইপিনে বিগত বৰ্ষৰ দৰে এইবাৰ পৰম্পৰাগ ৰক্ষা কৰি সম্পূৰ্ণ আধ্যাত্মিকতাৰে সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ একতা সভাই। আনহাতে বৈদ্যুতিন মাধ্যমসমূহে অনুষ্ঠিত কৰা সুন্দৰী প্ৰতিযোগিতাত নিষিদ্ধ ঘোষণা এইবাৰো বাহাল আছে। 

Comments
Loading...