জঘন্যঃ জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গল কণিষ্ঠ ভাতৃ

0 100
  • দক্ষিণ কামৰূপৰ ছয়গাঁৱত জঘন্য হত্যাকাণ্ড।
  • জ্যেষ্ঠ ভাতৃয়ে ডিঙি চেপি হত্যা কৰিলে কনিষ্ঠ ভাতৃক।
  • মৃত ছয়বছৰীয়া শিশুটিৰ নাম ৰক্তিম শৰ্মা।
  • শনিবাৰে গণকপাৰাত সংঘটিত হৈছে এই ঘটনা।
  • হত্যা কৰি মৃতদেহ পেলাই থ’লে জংঘলত।
  • মৃতদেহ উদ্ধাৰৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা।
  • অভিযুক্ত হত্যাকাৰী জ্যোতিৰ্ময় শৰ্মাক আটক।
Comments
Loading...