আজি পুনৰ জেৰা কৰিব আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক

0 63

ডিজিটেল ৰিপৰ্টঃ কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজী কুমাৰক আজি পুনৰ চিবিআইয়ে জেৰা কৰিব। সাৰদা চিট ফাণ্ড কেলেংকাৰীৰ গোচৰত কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক কালি শ্বিলঙত ৮ ঘণ্টা ধৰি জেৰা চলাইছিল চিবিআইয়ে।

হাজাৰ কোটিটকীয়া সাৰদা চিট ফাণ্ড কেলেংকাৰীৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগ আছে আৰক্ষী আয়ুক্তগৰাকীৰ বিৰুদ্ধে। ইপিনে আজি পুনৰ ৰাজীৱ কুমাৰক সোধা–পোছা কৰিব চিবিআইয়ে।

Comments
Loading...