পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়কক গুলীয়াই হত্যা

0 166
  • পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ বিধায়কক গুলীয়াই হত্যা।
  • নদিয়া জিলাৰ কৃষ্ণাগুঞ্জৰ বিধায়ক সত্যজিৎ বিশ্বাসক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই।
  • নিজ সমষ্টিতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে বিধায়কজনক।
Comments
Loading...