গুৱাহাটীত মনীষা কৈৰালা

0 226

ডিজিটেল ৰিপৰ্টঃ গুৱাহাটীত আজি উপস্থিত হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী মনীষা কৈৰালা। দীপশিখা ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা The Walk Against Tobacco and Cancer শীৰ্ষক ৰেলীত অংশগ্ৰহণ কৰিছে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

আনহাতে এই ৰেলীত অংশগ্ৰহণ কৰিছে আৰক্ষী আয়ুক্ত দীপক কুমাৰ, অভিনেত্ৰী জেৰিফা ৱাহিদ। জজ ফিল্ডৰ পৰা কটন বিশ্ববিদ্যালয় চৌহদলৈ উলিওৱা হয় এই ৰেলী।

Comments
Loading...